Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: দঙিবিল ডিক্ৰং পঞ্চায়তৰ ১৫০ আৰু ১৫২নং বুথত বিজেপিৰ বিশেষ নিৰ্বাচনী সভা অনুষ্ঠিত

Bihpuria, Lakhimpur | Apr 3, 2024
লোকসভা নিৰ্বাচনৰ উদ্দেশ্যৰে দঙিবিল ডিক্ৰং গাওঁ পঞ্চায়তৰ ১৫০ আৰু ১৫২নং বুথত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ বিশেষ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ দলীয় কাৰ্যকৰ্তাসকলক ঘৰে ঘৰে গৈ ভোটাৰক আকৃষ্ট কৰিবলৈ সভাত সিধান্ত গ্ৰহণ কৰা হয় ৷