Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Gujarat
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বিহপুৰীয়া: আজিৰে পৰা আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান ৷ পুৱা ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ৷

Bihpuria, Lakhimpur | Mar 30, 2024
আজিৰে পৰা বিহপুৰীয়া আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ লখিমপুৰ জিলাৰ সামজিক সাংস্কৃতিক অনুষ্ঠান আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হৈছে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি পুৱা অঞ্চলতোৰ ৭৫গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতেই ৰংঘৰীয়া কেন্দ্ৰৰ পৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।
বিহপুৰীয়া: আজিৰে পৰা আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান ৷ পুৱা ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ৷ - Bihpuria News