বিশ্বশান্তিৰ লগতে সমাজৰ মংগল কামনাৰে বিহপুৰীয়াৰ ২নং পিঠাগুৰিত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত সংগীতময় জ্ঞান মহাযজ্ঞ আৰু বাখ্যানুষ্ঠান। সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ভাগৱত জ্ঞান মহাযজ্ঞ আৰু বাখ্যানুষ্ঠানৰ আজি ধমীয় পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ হৰি ভাগৱতীয়ে ৷ মনোজ ছেত্ৰীৰ পৰিয়ালৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত সমাজৰ অনুষ্ঠিত হয় ভাগৱত জ্ঞাত মহাযজ্ঞ আৰু বাখ্যানুষ্ঠান ৷