Public App Logo
Profile Picture

Moran Times

@rajumoranhat
8418Followers
21Following
পূব ডিব্ৰুগড়: মহপোৱালিমৰা গাঁৱত গৰু বিহুত অংশগ্ৰহণ কৰে অজাপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে
মৰাণ: মৰাণৰ সমীপৰ বেতনী সোণোৱাল গাঁৱত গৰু বিহুৰ পৰম্পৰা পালন
মৰাণ: ‘আম আদমী পাৰ্টি ( আপ ) মানে সুৰা’, ‘সুৰা কেলেংকাৰী’- মৰাণত নিশা কেবিনেট মন্ত্ৰী বিমল বড়াৰ মন্তব্য
পূব ডিব্ৰুগড়: চেঙামাৰী টেকেলা গাঁৱত সদ্য প্ৰয়াত লোকৰ পৰিয়ালৰ লগত মতবিনিময় কৰে বিধায়ক চক্ৰধৰ গগৈয়ে
সোণাৰি: জিলাত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা ভিত্তিক যুৱ সমাৰোহত সাংসদ পবিত্ৰ মাঘেৰিটাৰ অংশগ্ৰহণ
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত জিলা প্ৰশাসন আৰু ডিব্ৰুগড় জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত ভোটাৰ সজাগতাৰ বাবে শপত পাঠ অনুষ্ঠিত
সোণাৰি: চৰাইদেউত ৯৬ নং বুথত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰি: চৰাইদেউত শ্যাম হোটেল মুকলি কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
মৰাণ: মৰাণ আৰক্ষী থানা এলেকাৰ পৰা সন্ধানহীন ১৬ বছৰীয়া এগৰাকী কিশোৰী, থানাত এজাহাৰ দাখিল পৰিয়ালৰ
মৰাণ: মৰাণ অভয়পুৰীয়াৰৰ পৰা সন্ধানহীন এগৰাকী মহিলা, মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ
পূব ডিব্ৰুগড়: চিৰিং চাপৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত বিধায়ক প্ৰশান্ত ফুকন
তিনিচুকীয়া: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণক আটক কৰাক লৈ জিলাত তীব্ৰ প্ৰতিক্ৰিয়া, আৰক্ষীৰ স্থিতিক লৈ প্ৰশ্ন
তিনিচুকীয়া: নগৰত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী সঞ্জয় কিষাণ আৰু অ'বিচি মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰীৰ
তিনিচুকীয়া: তিনিচুকীয়াত মা কালীৰ শ্ৰীচৰণত সেৱা লৈ ৰাইজৰ কল্যাণৰ বাবে প্ৰাৰ্থনা মন্ত্ৰী সঞ্জয় কিষাণৰ
পূব ডিব্ৰুগড়: জিলাত ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদৰ শুভেছা জ্ঞাপন বিধায়ক বিনোদ হাজৰিকাৰ
পূব ডিব্ৰুগড়: সম্প্ৰীতি-ভ্ৰাতৃত্ববোধৰ প্ৰেম বিলাই ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন
মৰাণ: মৰাণ পিয়লি নগৰ ঈদগাহ ময়দানত আজি পুৱা পৱিত্ৰ ঈদ উল ফিটৰৰ নামাজ সম্পন্ন
মৰাণ: মৰাণত পথ দুৰ্ঘটনা, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন বিষয় শিক্ষক পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত
মাৰ্ঘেৰিটা: কাঁচিজানত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ
পূব ডিব্ৰুগড়: ডিব্ৰুগড় পৌৰ নিগমৰ ১৫৮নং বুথত নিৰ্বাচনী সভাত অংশগ্ৰহণ বিধায়ক প্ৰশান্ত ফুকনৰ
পূব ডিব্ৰুগড়: কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহক ডিব্ৰুগড়ত সাক্ষাৎ বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াৰ
মৰাণ: দিৰৈঘাটত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ জিলা বিজেপিৰ উপ-সভানেত্ৰীৰ
সোণাৰি: মহপলীয়া লিম্বুচুকত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহণ
সোণাৰি: ৰজা পুখুৰী ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহণ
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত বিজেপি কাৰ্য়কৰ্তাসকলৰ লগত মতবিনিময় বিধায়ক বিনোদ হাজৰিকাৰ
Moran Times (@rajumoranhat) | Public App