Public App Logo
Jansamasya
���िल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Abvp
Biharnews
Fatehpur
Jodhpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
No video available

পূব ডিব্ৰুগড়: চেঙামাৰী টেকেলা গাঁৱত সদ্য প্ৰয়াত লোকৰ পৰিয়ালৰ লগত মতবিনিময় কৰে বিধায়ক চক্ৰধৰ গগৈয়ে

ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ বৰপথাৰ পঞ্চায়তৰ চেঙামাৰী টেকেলা গাওঁৰ এগৰাকী আইতাৰ তিনিদিন আগতে মৃত্যু হৈছে । আজি তিলনীৰ দিনা পৰিয়ালটিক সাক্ষাত কৰি সমবেদনা জ্ঞাপন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । এই সময়চোৱাত বিজেপি কাৰ্য়কৰ্তা আৰু পৰিয়ালৰ সদস্য সকল উপস্থিত থাকে ।

MORE NEWS