তিনিচুকীয়া: তিনিচুকীয়াত মা কালীৰ শ্ৰীচৰণত সেৱা লৈ ৰাইজৰ কল্যাণৰ বাবে প্ৰাৰ্থনা মন্ত্ৰী সঞ্জয় কিষাণৰ
তিনিচুকীয়াৰ বৰগুৰি মণ্ডলৰ ১নং ৱাৰ্ডৰ ২১নং বুথত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ পূৰ্বে মা কালীৰ শ্ৰীচৰণত সেৱা লৈ ৰাইজৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায় কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে। এই সময়ছোৱাত পণ্ডিতৰ লগত মত বিনিময় কৰে মন্ত্ৰীজনে।