Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

মৰাণ: মৰাণ পিয়লি নগৰ ঈদগাহ ময়দানত আজি পুৱা পৱিত্ৰ ঈদ উল ফিটৰৰ নামাজ সম্পন্ন

Moran, Dibrugarh | Apr 11, 2024
আজি ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ উল ফিটৰ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণতো ইছলাম ধৰ্মালম্বী লোকসকলে উদযাপন কৰিছে পৱিত্ৰ ঈদ উল ফিটৰ । পুৱা মৰাণ পিয়লি নগৰ ঈদগাহ ময়দানত সমুহীয়া নামাজ সম্পন্ন হয় । নামাজত ইছলাম ধৰ্মালম্বী লোকসকলে অংশগ্ৰহণ কৰি এই ঈদে সকলোৰে অপায় অমংগল দূৰ কৰি শান্তি সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী কৰাৰ আশা প্ৰকাশ কৰে ।