Public App Logo
Jansamasya
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Abvp
Biharnews
Fatehpur
Jodhpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
Tejashwiyadav
No video available

মৰাণ: মৰাণ আৰক্ষী থানা এলেকাৰ পৰা সন্ধানহীন ১৬ বছৰীয়া এগৰাকী কিশোৰী, থানাত এজাহাৰ দাখিল পৰিয়ালৰ

Moran, Dibrugarh | Apr 12, 2024
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণৰ পৰা সন্ধানহীন এগৰাকী কিশোৰী । ১০ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে কিশোৰীগৰাকী । ইতিমধ্যে পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আনহাতে, ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
মৰাণ: মৰাণ আৰক্ষী থানা এলেকাৰ পৰা সন্ধানহীন ১৬ বছৰীয়া এগৰাকী কিশোৰী, থানাত এজাহাৰ দাখিল পৰিয়ালৰ - Moran News