মৰাণ: দিৰৈঘাটত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ জিলা বিজেপিৰ উপ-সভানেত্ৰীৰ
খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত দিৰৈঘাটত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত জিলা বিজেপিৰ উপ-সভানেত্ৰী জ্যোৎস্না কৌৰিয়ে অংশগ্ৰহণ কৰে। সভাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় উপ-সভানেত্ৰীগৰাকীয়ে।