মাৰ্ঘেৰিটা: কাঁচিজানত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ
বাইক ৰেলীৰে ৰাইজে আদৰে লুৰীণজ্যোতি গগৈক। মৰাণ বিহু কৰ্মশালাৰ সামৰণী অনুষ্ঠানত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থীজন। সমষ্টি পুনৰনিৰ্ধাৰণৰ পাছত নতুনকৈ গঠন হোৱা ডিগবৈ বিধানসভা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় লুৰীণজ্যোতি গগৈয়ে।