সোণাৰি: মহপলীয়া লিম্বুচুকত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহণ
চৰাইদেউ জিলাৰ সাপেখাতী মণ্ডলৰ অন্তৰ্গত মহপলীয়া লিম্বুচুকত সোনাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে লক্ষীনাথ তাছাই । সভাত বিজেপি কাৰ্য়কৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।