Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

মৰাণ: মৰাণৰ সমীপৰ বেতনী সোণোৱাল গাঁৱত গৰু বিহুৰ পৰম্পৰা পালন

Moran, Dibrugarh | Apr 13, 2024
আজি গৰু বিহু । ৰাজ্যজুৰি গৰু বিহুৰ উখল-মাখল পৰিবেশ । ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত তথা মৰাণৰ সমীপৰ বেতনী সোণোৱাল গাঁৱত পৰম্পৰা অনুসৰি গৰু গা ধোৱাই গৰু শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে । গৰু গা ধোৱাই গাঁওবাসীয়ে উচ্চাৰন কৰিছে -লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু ৷’