Public App Logo
Profile Picture

ৰঙিয়াৰ বাৰ্তা

@bhaskarkalita
2806Followers
1Following
জলজীৱন মিচনত দূৰ্ণীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ৰঙিয়াত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ
ৰঙিয়াৰ তৰণীত  তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত বিশেষ সেৱা কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠান
মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ৰঙিয়াত মন্তৱ্য বিটি আৰ প্ৰধান প্ৰমোদ বড়োৰ
নলবাৰীত অনুষ্ঠিত হবলগা প্ৰধানমন্ত্ৰীৰ সভা সন্দৰ্ভত ৰঙিয়াত সংবাদ মাধ্যমক সম্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
কমলপুৰ: বালিসত্ৰত অনুষ্ঠিত বসন্ত উৎসৱত উপস্থিত আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভবজ্যোতি ডেকা
ৰঙিয়া ভাগ: শনিবাৰে দিনৰ ভাগত পোহৰলৈ আহিল ৰঙিয়া নগৰৰ ষ্টেচন ৰোডস্থিত জোৎস্না ইলেকট্ৰিকেল ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাণ্ডৰ ঘটনা
কমলপুৰ: বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আগমণক লৈ কমলপুৰত শুক্ৰবাৰে সন্ধিয়া প্ৰস্তুতি সভা সম্বোধন বিধায়ক দিগন্ত কলিতাৰ
ৰঙিয়া ভাগ: ৰঙিয়াৰ মুৰাৰাত  শুক্ৰবাৰে বিয়লি বিজেপি দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী কাৰ্যসূচী ৰূপায়ণ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ
কমলপুৰ: চেপ্টিত অনুষ্ঠিত যুৱ মৰ্চাৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সভাত বিজেপিৰ উত্তৰ কামৰূপ জিলা সভাপতি উপস্থিত
কমলপুৰ: কমলপুৰ ঈদগাহ ময়দানত পবিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে বৃহস্পতিবাৰে কেন্দ্ৰীয়ভাবে আয়োজিত সমূহীয়া নামাজত অংশগ্ৰহণ সহস্ৰাধিক লোকৰ
ৰঙিয়া ভাগ: উদিয়ানা ঈদগাহ মৈদানত কেন্দ্ৰীয় ভাবে আয়োজিত পবিত্ৰ ঈদ উল ফিটৰ উপলক্ষে বৃহস্পতিবাৰে  সমূহীয়া নামাজ আদায়
কমলপুৰ: কমলপুৰৰ নগাঁও গাওঁ পঞ্চায়তত বিজেপিৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত সাংসদ দিলীপ শইকীয়া
ৰঙিয়া ভাগ: ৰঙিয়াৰ দুখনকৈ মহাবিদ্যালয়ত "চুনাৱ কা পৰ্ব-দেশ কা গৰ্ব" শীৰ্ষক কৰ্মশালা অনুষ্ঠিত, উপস্থিত সহকাৰী আয়ুক্ত জিলী থাউচেন
কমলপুৰ: কমলপুৰৰ শিঙাৰপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাত মঙলবাৰে বিয়লিৰ ভাগত উপস্থিত বিধায়ক দিগন্ত কলিতা
ৰঙিয়া ভাগ: ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত ইভিএমৰ ব্যৱহাৰিক প্ৰশিক্ষণ সম্পন্ন
কমলপুৰ: কমলপুৰৰ বৰশিল আশ্ৰমত বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰ সৈতে মত বিনিময় বিধায়ক দিগন্ত কলিতাৰ
কয়া: বালিসত্ৰত ৰবিবাৰে সন্ধিয়া বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা
ৰঙিয়া ভাগ: ডিমু ডোবকস্থিত বিজেপি দলৰ পুৱপাৰ মণ্ডলৰ কাৰ্যালয়ত ৰবিবাৰে অনুষ্ঠিত সভাত উপস্থিত যুৱমৰ্চাৰ উঃকাঃজিলা সভাপতি ঋষভ ৰঞ্জন দাস
কমলপুৰ: সাজেই দগাও প্ৰেক্ষাগৃহত ৰবিবাৰে  নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতিৰ বুজ লবলৈ উপস্থিত বিধায়ক দিগন্ত কলিতা
কয়া: বালিসত্ৰত শনিবাৰে শাখা ব্ৰাহ্মণ সমাজৰ উদ্যোগত মহাবিষ্ণু যজ্ঞ উপলক্ষে বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত
কমলপুৰ: পালাৰাকে ধৰি বিভিন্ন স্থানত শনিবাৰেকংগ্ৰেছৰ নিৰ্বাচনী সভাত উপস্থিত প্ৰাৰ্থী মাধৱ ৰাজৱংশী সমন্বিতে কামৰূপ জিলা নেতৃবৃন্দ
কমলপুৰ: মধুকুছিত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাঃ সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত অংশগ্ৰণ কাঃজিঃসাঃসঃ ডঃনৃপেন্দ্ৰ তালুকদাৰৰ
ৰঙিয়া ভাগ: ৰঙিয়াৰ ৰাজীৱ ভবনত শনিবাৰে দিনৰ ভাগত কংগ্ৰেছ দলীয় কৰ্মীৰে মত বিনিময় দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ
কমলপুৰ: গণকৱাৰৰ পৰা মহাজনপাৰা সংযোগী পথত দলং মেৰামতিৰ পদক্ষেপ গ্ৰহণ কৰাত শনিবাৰে  বিধায়ক দিগন্ত কলিতাক কৃতজ্ঞতা জ্ঞাপন ৰাইজৰ
কয়া: বালিত্ৰত শুক্ৰবাৰে অনুষ্ঠিত বিহু নৃত্য কৰ্মশালাত উপস্থিত অঃ আঃ আঃপ্ৰদীপ চন্দ্ৰ শালৈ,অৱসৰী সঞ্চালক হিৰণ্য বৰা