Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

কয়া: বালিত্ৰত শুক্ৰবাৰে অনুষ্ঠিত বিহু নৃত্য কৰ্মশালাত উপস্থিত অঃ আঃ আঃপ্ৰদীপ চন্দ্ৰ শালৈ,অৱসৰী সঞ্চালক হিৰণ্য বৰা

Koya, Kamrup | Apr 5, 2024
বালিত্ৰত শুক্ৰবাৰে বিয়লি ৪ বজাত অনুষ্ঠিত বিহু নৃত্য কৰ্মশালাত উপস্থিত থাকে অৱসৰী আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈ,স্বচ্ছ ভাৰত অভিযান দিল্লীৰ অৱসৰী সঞ্চালক প্ৰধান হিৰণ্য বৰা ।স্থানীয় বালিসত্ৰ আঞ্চলিক সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজিত কৰ্মশালাত অৱসৰপ্ৰাপ্ত আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে উদ্বোধন কৰাৰ পিছতে মুখ্য অতিথিৰ আসন শুৱনি কৰে হিৰণ্য বৰাই ।
কয়া: বালিত্ৰত শুক্ৰবাৰে অনুষ্ঠিত বিহু নৃত্য কৰ্মশালাত উপস্থিত অঃ আঃ আঃপ্ৰদীপ চন্দ্ৰ শালৈ,অৱসৰী সঞ্চালক হিৰণ্য বৰা - Koya News