Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
भारत
भाजपा
मुख्यमंत्री
Congress
Modi
Delhi
Viral
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Pmmodi
Ipl
Rahulgandhi
यूपी
Pm
No video available

কমলপুৰ: চেপ্টিত অনুষ্ঠিত যুৱ মৰ্চাৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সভাত বিজেপিৰ উত্তৰ কামৰূপ জিলা সভাপতি উপস্থিত

Kamalpur, Kamrup | Apr 11, 2024
বৃহস্পতিবাৰে চেপ্টিত অনুষ্ঠিত যুৱ মৰ্চাৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সভাত উপস্থিত থাকে বিজেপিৰ উত্তৰ কামৰূপ জিলা সভাপতি সুবল পাল। যুৱ মৰ্চাৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা সভাত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সহঃ তত্ত্বাৱধায়ক কৌশিক পালেও অংশগ্ৰহণ কৰি ভাষণ ৰাখে। সভাখন সঞ্চালনা কৰে যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলা সভাপতি ঋষভ ৰঞ্জন দাসে।