বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আগমণক লৈ কমলপুৰত শুক্ৰবাৰে সন্ধিয়া প্ৰস্তুতি সভা সম্বোধন কৰে বিধায়ক দিগন্ত কলিতাই ।অহা ১৮ এপ্ৰিলত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত উপস্থিত থাকিব বুলি সদৰি কৰি যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত দলীয় কৰ্মকৰ্তা সকলৰ সৈতে আলোচনাত মিলিত হয় বিধায়ক দিগন্ত কলিতাই ।