Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
भारत
भाजपा
मुख्यमंत्री
Congress
Modi
Delhi
Viral
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Pmmodi
Ipl
Rahulgandhi
यूपी
Pm
No video available

কমলপুৰ: বালিসত্ৰত অনুষ্ঠিত বসন্ত উৎসৱত উপস্থিত আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভবজ্যোতি ডেকা

Kamalpur, Kamrup | Apr 14, 2024
শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত বালিসত্ৰত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বসন্ত উৎসৱত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভবজ্যোতি ডেকা।তদুপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বসন্ত উৎসৱ পালনৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে।আনহাতে, একেখন মঞ্চতে আছুৰ প্ৰাক্তন উপ সভাপতি ধৰ্মেশ্বৰ দাস ,কামৰূপ জিলা সমিতিৰ সম্পাদক তৌফিকুৰ ৰহমান প্ৰমূখ্যে নেতৃবৃন্দও উপস্থিত থাকে।
কমলপুৰ: বালিসত্ৰত অনুষ্ঠিত বসন্ত উৎসৱত উপস্থিত আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভবজ্যোতি ডেকা - Kamalpur News