Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

কয়া: বালিসত্ৰত ৰবিবাৰে সন্ধিয়া বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা

Koya, Kamrup | Apr 7, 2024
বালিসত্ৰত ৰবিবাৰে সন্ধিয়া বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা। বালিসত্ৰ আঞ্চলিক সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত ৩ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি শুভেচ্ছা মূলক ভাষণ ৰাখে সাংসদ ভূৱনেশ্বৰ কলিতাই ।