Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
No video available

কমলপুৰ: কমলপুৰৰ শিঙাৰপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাত মঙলবাৰে বিয়লিৰ ভাগত উপস্থিত বিধায়ক দিগন্ত কলিতা

Kamalpur, Kamrup | Apr 9, 2024
কমলপুৰৰ শিঙাৰপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাত মঙলবাৰে বিয়লি প্ৰায় ৪ :৩০ বজাত উপস্থিত হয় বিধায়ক দিগন্ত কলিতা ।তদুপলক্ষে সমবেত প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উদ্গনীমূলক বক্তৱ্য ৰাখে বিধায়ক গৰাকীয়ে ।আনহাতে ইয়াৰ পূৰ্বে আয়োজক সমিতিৰ ফালৰ পৰা বিধায়ক গৰাকীক ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱা হয়।
কমলপুৰ: কমলপুৰৰ শিঙাৰপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাত মঙলবাৰে বিয়লিৰ ভাগত উপস্থিত বিধায়ক দিগন্ত কলিতা - Kamalpur News