Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
Aap
No video available

কমলপুৰ: মধুকুছিত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাঃ সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত অংশগ্ৰণ কাঃজিঃসাঃসঃ ডঃনৃপেন্দ্ৰ তালুকদাৰৰ

Kamalpur, Kamrup | Apr 6, 2024
মধুকুছিত শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ ২৬ সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃনৃপেন্দ্ৰ নাথ তালুকদাৰে ।স্থানীয় ৰঙ্গমঞ্চত তদুপলক্ষে আয়োজিত মুকলি সভাত মূখ্য অতিথিৰূপে উপস্থিত থাকি সমবেত ৰাইজক উদ্দেশ্যী ভাষণ ৰাখে ডঃতালুকদাৰে ।আনহাতে একেখন মঞ্চতে শিশু আলোচনী কুঁহি আৰু বাৰ্ষিক মুখপত্ৰ পদুম কুৱঁৰীৰো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
কমলপুৰ: মধুকুছিত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাঃ সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত অংশগ্ৰণ কাঃজিঃসাঃসঃ ডঃনৃপেন্দ্ৰ তালুকদাৰৰ - Kamalpur News