Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
No video available

ৰঙিয়া ভাগ: উদিয়ানা ঈদগাহ মৈদানত কেন্দ্ৰীয় ভাবে আয়োজিত পবিত্ৰ ঈদ উল ফিটৰ উপলক্ষে বৃহস্পতিবাৰে সমূহীয়া নামাজ আদায়

Rangia Part, Kamrup | Apr 11, 2024
উদিয়ানা ঈদগাহ মৈদানত কেন্দ্ৰীয় ভাবে উদযাপন কৰা পবিত্ৰ ঈদ উল ফিটৰ উপলক্ষে বৃহস্পতিবাৰে পুৱা সমূহীয়া নামাজ আদায় কৰা হয় ।বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে সমবেত হৈ নামাজ আদায় কৰে।আনহাতে ঈদ উল ফিটৰ উপলক্ষে সমগ্ৰ বিশ্বত শান্তি আৰু ভাতৃত্ববোধ অক্ষুন্ন ৰখাৰ বাবে দোৱা কৰা হয় ।

MORE NEWS