Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

কমলপুৰ: কমলপুৰৰ বৰশিল আশ্ৰমত বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰ সৈতে মত বিনিময় বিধায়ক দিগন্ত কলিতাৰ

Kamalpur, Kamrup | Apr 8, 2024
কমলপুৰৰ বৰশিল আশ্ৰমত সোমবাৰে সন্ধিয়া বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰ সৈতে মত বিনিময় কৰে বিধায়ক দিগন্ত কলিতাই। ভাৰতীয় জনতা যুৱ সংযোগ আৰু বুথ বাহিনী সন্মিলনত অংশগ্ৰহণৰ পাছত স্থানীয় যুৱ মৰ্চাৰ কৰ্মীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে বিধায়ক কলিতাই। উক্ত সময়ত বিধায়কজনক সংগ দিয়ে যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ঋষভ ৰঞ্জন দাসে।
কমলপুৰ: কমলপুৰৰ বৰশিল আশ্ৰমত বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰ সৈতে মত বিনিময় বিধায়ক দিগন্ত কলিতাৰ - Kamalpur News