Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

ৰঙিয়া ভাগ: শনিবাৰে দিনৰ ভাগত পোহৰলৈ আহিল ৰঙিয়া নগৰৰ ষ্টেচন ৰোডস্থিত জোৎস্না ইলেকট্ৰিকেল ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাণ্ডৰ ঘটনা

Rangia Part, Kamrup | Apr 13, 2024
শনিবাৰে দিনৰ প্ৰায় ১১ বজাত পোহৰলৈ আহিল ৰঙিয়া নগৰৰ ষ্টেচন ৰোডস্থিত জোৎস্না ইলেকট্ৰিকেল ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাণ্ডৰ ঘটনা ।ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়া নগৰৰ ষ্টেচন ৰোডৰ মোবাইল দোকানত চোৰৰ চাফাই অভিযান । জোস্না ইলেকট্ৰিকেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুধচৰ টিং কাটি দোকানৰ ভিতৰত প্ৰবেশ চোৰৰ । দোকানখনৰ পৰা প্ৰায় ২ লক্ষাধিক টকা মূল্যৰ মোবাইল আৰু এটা ডিজে লুট কৰি নিয়ে চোৰে।ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে গৰাকী বিনয় দাসে ।

MORE NEWS

ৰঙিয়া ভাগ: শনিবাৰে দিনৰ ভাগত পোহৰলৈ আহিল ৰঙিয়া নগৰৰ ষ্টেচন ৰোডস্থিত জোৎস্না ইলেকট্ৰিকেল ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাণ্ডৰ ঘটনা - Rangia Part News