Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

ৰঙিয়া ভাগ: ডিমু ডোবকস্থিত বিজেপি দলৰ পুৱপাৰ মণ্ডলৰ কাৰ্যালয়ত ৰবিবাৰে অনুষ্ঠিত সভাত উপস্থিত যুৱমৰ্চাৰ উঃকাঃজিলা সভাপতি ঋষভ ৰঞ্জন দাস

Rangia Part, Kamrup | Apr 7, 2024
ৰঙিয়াৰ ডিমু ডোবকস্থিত বিজেপি দলৰ পুৱপাৰ মণ্ডলৰ কাৰ্যালয়ত ৰবিবাৰে বিয়লি অনুষ্ঠিত সভাত উপস্থিত থাকে যুৱমৰ্চাৰ উত্তৰ কামৰূপ জিলা সভাপতি ঋষভ ৰঞ্জন দাস।স্থানীয় যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা সভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ।সভাত অংশগ্ৰহণ কৰি আগন্তুক দিনত বিজেপি দলৰ ভাতৃ সংগঠনটোৰ কাৰ্যপন্থা সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ঋষভ ৰঞ্জন দাসে ।

MORE NEWS