ৰঙিয়াৰ ৰাজীৱ ভবনত শনিবাৰে কংগ্ৰেছ দলীয় কৰ্মীৰে মত বিনিময় কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে ।আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ অংশ হিচাপে ৰাজীৱ ভবনত উপস্থিত হৈ কৰ্মী সকলক সাক্ষাৎ কৰি বিভিন্ন দিশত মত বিনিময় কৰে প্ৰাক্তন সাংসদ তথা প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে ।