Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

কমলপুৰ: কমলপুৰৰ নগাঁও গাওঁ পঞ্চায়তত বিজেপিৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত সাংসদ দিলীপ শইকীয়া

Kamalpur, Kamrup | Apr 10, 2024
কমলপুৰৰ নগাঁও গাওঁ পঞ্চায়তত অনুষ্ঠিত হয় বিজেপিৰ বিশাল নিৰ্বাচনী সভা, উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী শইকীয়াৰ সমৰ্থনত বিহদিয়া জাজিকোনা মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সভাখন। সহস্ৰাধিক দলীয় কৰ্মী তথা নেতাৰ উপস্থিতিত অনুষ্ঠিত সভাত দিলীপ শইকীয়াক সংগ দিয়ে বিধায়ক দিগন্ত কলিতাই ।
কমলপুৰ: কমলপুৰৰ নগাঁও গাওঁ পঞ্চায়তত বিজেপিৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত, উপস্থিত সাংসদ দিলীপ শইকীয়া - Kamalpur News