Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

ৰঙিয়া ভাগ: ৰঙিয়াৰ দুখনকৈ মহাবিদ্যালয়ত "চুনাৱ কা পৰ্ব-দেশ কা গৰ্ব" শীৰ্ষক কৰ্মশালা অনুষ্ঠিত, উপস্থিত সহকাৰী আয়ুক্ত জিলী থাউচেন

Rangia Part, Kamrup | Apr 10, 2024
ৰঙিয়া মহাবিদ্যালয় আৰু মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত "চুনাৱ কা পৰ্ব-দেশ কা গৰ্ব" শীৰ্ষক সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰা হয়। নৱপ্ৰজন্মৰ ভোটাৰসকলৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই পদক্ষেপ। কৰ্মশালাত ৰঙিয়া মহকুমা সহকাৰী আয়ুক্ত তথা STATE VOTERS EDUCATION AND ELECTORAL PARTICIPATION চমুকৈ SVEEP নডেল বিষয়া জিলী থাউচেন প্ৰশিক্ষকৰূপে উপস্থিত থাকে।

MORE NEWS

ৰঙিয়া ভাগ: ৰঙিয়াৰ দুখনকৈ মহাবিদ্যালয়ত "চুনাৱ কা পৰ্ব-দেশ কা গৰ্ব" শীৰ্ষক কৰ্মশালা অনুষ্ঠিত, উপস্থিত সহকাৰী আয়ুক্ত জিলী থাউচেন - Rangia Part News