Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বাঘবৰ: বাঘমাৰাচৰ এছ এছ স্কুলৰ বাৰ্ষিক অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক শ্বেৰমান আলী আহমেদ

Baghbor, Barpeta | Nov 13, 2025
বৰপেটা জিলাৰ বাঘমাৰাচৰ এছ এছ স্কুলৰ বাৰ্ষিক অধিবেশন আজি অনুষ্ঠিত হয়। দিনজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ। বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত বিদ্যালয় খনৰ বিভিন্ন উন্নয়ন মূলক গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য শিক্ষাৰ ওপৰত মূল্যবান বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত বিধায়কৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।