Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বাঘবৰ: জনীয়াৰ পৰা হাউলি লৈ ২.২ কিঃমিঃ পথৰ পকীপথ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে

Baghbor, Barpeta | Nov 12, 2025
জনীয়া সমষ্টিত মুখ্যমন্ত্রী উন্নত পকীপথ নির্মাণ আঁচনি ২০২৪-২৫ বৰ্ষৰ অধীনত জনীয়াৰ পৰা হাউলি লৈ ২.২ কিঃমিঃ পথৰ পকীপথ নিৰ্মাণ কামৰ বুধবাৰে শুভাৰম্ভ কৰা হয় ৷ জনীয়াৰ পৰা হাউলি লৈ ২.২ কিঃমিঃ পথৰ পকীপথ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে ৷ পথচোৱাৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছিল ৰাইজৰ ৷ পথচোৱাৰ পকীকৰণ হোৱাৰ পিছত অঞ্চলটোৰ ৰাইজৰ যথেষ্ট সুবিধা হব বুলি বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে ৷