বাঘবৰ: মন্দিয়াত দলীয় সতীৰ্থৰ সৈতে অসম প্রদেশ কংগ্রেছ কমিটিৰ উপ সভাপতি জয়ন্ত কলিতাৰ মতবিনিময় অনুষ্ঠান
মন্দিয়াত সোমবাৰে কংগ্ৰেছ দলৰ মন্দিয়া সমষ্টি ভিত্তিক এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ জিলা, ব্লক, মণ্ডল, বিভিন্ন ভাতৃ সংগঠনৰ বিষয় ববীয়া সকল আৰু দলীয় নির্বাচিত প্রতিনিধি সৈতে অসম প্রদেশ কংগ্রেছ কমিটিৰ উপ সভাপতি তথা বৰপেটা জিলা কংগ্ৰেছৰ তত্বাবধক জয়ন্ত কলিতাই মতবিনিময় কৰে ৷ উক্ত মতবিনিময় অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকেও অংশ গ্ৰহণ কৰে ৷