Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বাঘবৰ: ৫৭ নং কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে জি আৰ এছৰ স্বামীক মাৰধৰ কাৰাৰ অভিযোগত কাদাঙত সংবাদমেল

Baghbor, Barpeta | Nov 10, 2025
মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৭ নং কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী জাকিৰ হুছেইনে ঘৰত মাতিনি জি আৰ এচ জাহানাৰা খাতুনৰ স্বামী জাহিদুল ইছলাম শিকদাৰক মাৰধৰৰ অভিযোগত সংবাদমেল । প্ৰতি জৱ‌কাৰ্ডৰ বিপৰীতে দাবী কৰা ধন নিদিয়াত মাৰধৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে জাহিদুলে । কাদং গাওঁ পঞ্চায়তত প্ৰতিনিধিসকলৰ স্বামীৰ গুণ্ডাৰাজ চলাৰ অভিযোগ জি আৰ এচৰ স্বামী জাহিদুল ইছলাম শিকদাৰৰ । সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সদৰি কৰে ৷