Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বাঘবৰ: চতলা অঞ্চলত ৰাইজৰ লগত মতবিনিময় কৰে জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে

Baghbor, Barpeta | Nov 21, 2025
২৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে ক্ৰমাৎ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমুহ ৷ শাসক বিৰোধী সকলো ৰাজনৈতিক দল সমুহে ৰাইজৰ মাজত সোমাই পৰিছে ৷ শুক্ৰবাৰে মন্দিয়া সমষ্টিৰ বৰভিঠা জিলা পৰিষৰ অন্তৰ্গত চতলা অঞ্চলত ৰাইজৰ লগত মতবিনিময় কৰে এআইইউডিএফ দলৰ জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে ।