Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বাঘবৰ: মন্দিয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত পুঁজি প্ৰদান অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ অংশ গ্ৰহণ

Baghbor, Barpeta | Nov 11, 2025
বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ড আৰু ৰূপসী উন্নয়ন খণ্ডৰ এলেকাধীন গৰলা হাই স্কুল খেলপথাৰত মূখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক দহ হেজাৰ টকাৰ উদ্যমিতা পুঁজি প্ৰদান কৰা হয় ৷ পুঁজি প্ৰদান অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বৰপেটা জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই ।