Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বাঘবৰ: মন্দিয়াৰ চি চি কেত অনুষ্ঠিত দ্বিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতা উদ্ধোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনে

Baghbor, Barpeta | Nov 7, 2025
মন্দিয়াৰ চি চি কেত যুৱ সংঘৰ সৌজন্যত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোৱৰণী দ্বিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতা এখন শুক্ৰবাৰে অনুষ্ঠিত হয় ৷ মন্দিয়াৰ চি চি কেত যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত দ্বিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাখন উদ্ধোধনন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনে ৷ প্ৰতিযোগিতাখন উদ্ধোধনন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনে উপস্থিত খেল প্ৰেমী ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে ৷