Public App Logo
Profile Picture

Charaideo Bulletin

@charaideo
30660Followers
18Following
সাপেখাতী: চৰাইদেউ বৰহাটত অৰুণোদয় পত্ৰ বিতৰণকাৰীক বাধা দিবলৈ গৈ আটক দুই কংগ্ৰেছী,জিলা সভাপতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ
সোণাৰি: সোণাৰি কানুভুগবাৰীত অৰুণোদয় পত্ৰ জব্দ ৰাইজৰ
সোণাৰি: সাপেখাতীত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
সাপেখাতী: সাপেখাতীত সুদখোৰ ৰত্নাদেৰ অতপালী,সুদ নিদিয়াৰ বাবে চৰকাৰী ঘৰ,মাটি জব্দ
সাপেখাতী: সাপেখাতী টাই সাংস্কৃতিক কেন্দ্ৰত ঢোল বাদ্য কৰ্মশালা সফল সামৰণি, উপস্থিত সোমনাথ বৰা
সোণাৰি: সোণাৰিত ভৱেশ কলিতাৰ বাইক ৰেলি,বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি
সাপেখাতী: চৰাইদেউ বানফেৰাত টাইপাৰ মূলাগাভৰু বটা প্ৰদান অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা সামৰণি অনুষ্ঠান
সোণাৰি: চৰাইদেউ ৰহনৰ বিজেপিৰ মেডিয়া কোষৰ আহ্বায়ক বিজয় গগৈৰ পিতৃৰ আদ্যশ্ৰাদ্ধ খবৰ ললে বিধায়কে
সাপেখাতী: সাপেখাতী ৰহন হাইস্কুলত আছুৰ ৰহন শাখাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
সোণাৰি: সোণাৰি বেঙেনাবাৰীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা,
সাপেখাতী: সাপেখাতী ৰহনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই
সোণাৰি: সোণাৰিৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত নৱ নিযুক্ত জিলা সভাপতি উৎপল গগৈক উষ্ম আদৰণি, উপস্থিত বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া
সাপেখাতী: সাপেখাতীত বাহা সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত
সাপেখাতী: সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বাহা সন্মিলন,
সোণাৰি: বন বিষয়াৰ নেতৃত্বত যোৱা দলে দুষ্কৃতিকাৰীলৈ গুলীচালনা কৰিছিল, নামতোলাৰ অভয়পুৰত গুলিচালনাৰ ঘটনাৰ সন্দৰ্ভত বন বিষয়াৰ মত
সাপেখাতী: সাপেখাতী টিমন বৰ্টানীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰি: সাপেখাতীৰ বিমলাপুৰৰ বাসগৃহৰ পৰা ভকতৰ আশিস লৈ যোৰহাটলৈ ৰাওনা সাংসদ তপন গগৈৰ, কাইলৈ দাখিল কৰিব মনোনয়ণ পত্ৰ
সোণাৰি: সোণাৰিত ফ্লাইং স্কটে জব্দ কৰিছে লাখ লাখ টকা
সাপেখাতী: চৰাইদেউ সাপেখাতীত বিজেপিৰ নিৰ্বাচনী সভা,উপস্থিত তপন কুমাৰ গগৈ,বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সাপেখাতী: চৰাইদেত সাপেখাতীত পথ দুৰ্ঘটনাত এজন নিহত
সাপেখাতী: চৰাইদেউ বিজেপি কাৰ্যলয়ত মন্ত্ৰী যোগেন মোহনৰ ঘোষণা,জিলাৰ পৰা কোনো পঞ্চায়ত নাযায় অন্য জিলালৈ
সোণাৰি: সোণাৰিত বিজেপি জিলা কাৰ্যলয়ত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা, কংগ্ৰেছক ক্ষোৰধাৰ সমালোচনা
সোণাৰি: সোণাৰিত উপস্থিত কংগ্ৰেছ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ,জয়ী হ'লে চাহ বাগানৰ ৰেচন কাৰ্ড,জাতিগত প্ৰমানপত্ৰৰ সমস্যা সমাধানৰ আশ্বাস
সাপেখাতী: কানুবাৰীত অসম ঢুলীয়া শিল্পী সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশন সম্পন্ন
সোণাৰি: সোণাৰিত আছুৰ সত্যাগহ কাৰ্যসূচী ৰূপায়ণ, কা বিৰুদ্ধে প্ৰতিবাদ