Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
Thodadhyanse
Cds
Educationforall
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
Railinfra4westbengal
No video available

সাপেখাতী: চৰাইদেউ সাপেখাতীত বিজেপিৰ নিৰ্বাচনী সভা,উপস্থিত তপন কুমাৰ গগৈ,বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

Sapekhati, Charaideo | Mar 21, 2024
নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে তপন কুমাৰ গগৈ সমাগত লোকসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দ'লেই আৰম্ভ কৰিছে ৰাজনৈতিক কুচ কাৱাজ । আজি পুৱাই প্ৰথম খনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে । হুইল চকীত বহি বহিয়েই আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ । সাপেখাতীৰ বজাৰ গৃহত অনুষ্ঠিত সভাত অৰ্ধ শতাধিক লোকে যোগদান কৰে বিজেপিত।

MORE NEWS