Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
Thodadhyanse
Cds
Educationforall
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
Railinfra4westbengal
No video available

সাপেখাতী: চৰাইদেত সাপেখাতীত পথ দুৰ্ঘটনাত এজন নিহত

Sapekhati, Charaideo | Mar 19, 2024
চৰাইদেউৰ সাপেখাতীত ভয়ংকৰ পথ দূৰ্ঘটনা ,পথ দূৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন ৷ চৰাইদেত জিলাৰ সাপেখাতীত স্কুটী আৰু মটৰ চাইকেলৰ মুখামুখিৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা ৷ দূৰ্ঘটনাৰ ফলত থিতাতে নিহত দ্বীপ গগৈ (২৮) নামৰ এজন যুৱক ৷ সাপেখাতীৰ গৰীয়াছিঙা তিনিআলিত সংঘটিত হয় এই পথ দূৰ্ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সাপেখাতীত ৷ ঘটনা সংঘটিত কৰা দুই বাইক আৰোহীক আটক ৷ আটক দ্বয় শোনিত বৰুৱা আৰু বিশ্বজিৎ গগৈ বুলি চিনাক্ত ৷

MORE NEWS