Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
Thodadhyanse
Cds
Educationforall
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
Railinfra4westbengal
No video available

সাপেখাতী: কানুবাৰীত অসম ঢুলীয়া শিল্পী সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশন সম্পন্ন

Sapekhati, Charaideo | Mar 15, 2024
সাপেখাতীৰ কানুবাৰীত ঢুলীয়া শিল্পী কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হয়। অসম ঢুলীয়া শিল্পী সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি মঘাই উজা স্মৃতি দিৱসো পালন কৰে আয়োজকে । এই অধিৱেশনত অসমৰ ভিন্ন প্ৰান্তৰ শিল্পী সকলে অংশগ্ৰহণ কৰে।