সোণাৰি: সোণাৰি বেঙেনাবাৰীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা,
সোণাৰি বেঙেনাবাৰীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ৷ Anchor : যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ সোণাৰিৰ বেঙেনাবাৰী গাওঁ পঞ্চায়তৰ খেলপথাৰত অনুষ্ঠিত সভাত উপস্থিত থাকি কংগ্ৰেছক সমালোচনা কৰে।লগতে শৰৎ বৰকটকী পুত্ৰ অনুজ বৰকটকী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।