সোণাৰি: চৰাইদেউ ৰহনৰ বিজেপিৰ মেডিয়া কোষৰ আহ্বায়ক বিজয় গগৈৰ পিতৃৰ আদ্যশ্ৰাদ্ধ খবৰ ললে বিধায়কে
ৰহনৰ বাসিন্দা বিজেপিৰ মেডিয়া কোষৰ আহ্বায়ক বিজয় গগৈৰ গৃহত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আগন্তুক নিৰ্বাচনী সভাবোৰত অংশগ্ৰহণ কৰা মাজতে সোনাৰি সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰদ্ধাৰ ধৰ্মেশ্বৰ কোঁৱৰে চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টীৰ মেডিয়া কোষৰ আহ্বায়ক বিজয় গগৈ দেৱৰ সদ্য প্ৰয়াত পিতৃ আদ্যশ্ৰাদ্ধ প্ৰাৰম্ভিক আয়োজন বুজ লয়।