সাপেখাতী: সাপেখাতী ৰহন হাইস্কুলত আছুৰ ৰহন শাখাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
সাপেখাতী ৰহন হাইস্কুলত আছুৰ ৰহন শাখাৰ কাৰ্যনিৰ্বাহক সভা। সাপেখাতী ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত ৰহন শাখা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত কৰা হয় । উক্ত সভাখনি সভাপতিত্ব কৰে অনুৰাগ জ্যোতি শৰ্মা আৰু সভাখনি আতধৰে সাধাৰণ সম্পাদক কৃষ্ণ মণি বৰগোহাঁই সভাত উপস্থিত আছিল সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পল্লৱ জ্যোতি ফুকন।