সাপেখাতী: সাপেখাতী ৰহনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই
সাপেখাতী ৰহনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বহু মহিলা,পুৰুষ উপস্থিতি থাকে । ইপিনে সভাত সাংসদ গৰাকীক সংগ দিয়ে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।