সাপেখাতী: চৰাইদেউ বানফেৰাত টাইপাৰ মূলাগাভৰু বটা প্ৰদান অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা সামৰণি অনুষ্ঠান
চৰাইদেউ বানফেৰাত টাই আহোম যুৱ পৰিষদ (টাইপা) ৰ একাদশ বাৰ্ষিক বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান।* চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ বানফেৰা খেলপথাৰত কালিৰে পৰা অনুস্থিত হোৱা টাই আহোম যুৱ পৰিষদৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানৰ অন্তিম দিনৰ অনুষ্ঠান। আৰম্ভণিতে সংগঠনটিয়ে বিভিন্ন জনগোষ্ঠী সমূহৰ সাংস্কৃতিক দল সমূহ আৰু স্থানিয় ৰাইজৰ সহযোগত বিশাল সাংস্কৃতিক শুভাযাত্ৰা কৰে। সন্দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ অধ্যাপিকা অপৰ্ণা কোৱৰক।