সোণাৰি: সোণাৰিত ভৱেশ কলিতাৰ বাইক ৰেলি,বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি
সোণাৰিত বিজেপিৰ ৰাজিক সভাপতি ভৱেশ কলিতা বাইক ৰেলি। চৰাইদেউ জিলাৰ সোণাৰিত বিজেপিৰ ৰাজিক সভাপতি বাইক ৰেলিত অংশগ্ৰহণ কৰে।দুটাকৈ দিন সোণাৰিত নিৰ্বাচনী প্ৰচাৰ চলোৱা অন্তত আজি দলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাইক ৰেলিত অংশগ্ৰহণ কৰে।বাইক ৰেলিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা সভাপতি লক্ষ্মীনাথ তাছা অংশগ্ৰহণ কৰে।