সাপেখাতী: চৰাইদেউ বৰহাটত অৰুণোদয় পত্ৰ বিতৰণকাৰীক বাধা দিবলৈ গৈ আটক দুই কংগ্ৰেছী,জিলা সভাপতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ
Breaking Sapekhati. চৰাইদেউৰ বৰহাটত নিৰ্বাচনী বিধি উলংঘা কৰি অৰুণোদয় পত্ৰ বিতৰণ কাৰীক বাধা প্ৰদান কৰিবলৈ গৈ আটক দুই কংগ্ৰেছ শ্ৰমিক নেতা ৷ সম্প্ৰতি দুয়ো বৰহাট আৰক্ষী থানাৰ জিন্মাত । নিশাৰ ভাগত বৰহাট বাগিছাৰ লাইনত বিজেপি কৰ্মী বীণা মেহেৰা তেলী নামৰ মহিলা গৰাকীয়ে নিজ গৃহত প্ৰতিবেশী একাংশ মহিলাক মাতি আনি অৰুনোদয় ফ্ৰম বিতৰণ কৰিছিল । তেনে সময়তে কংগ্ৰেছ নেতা ধ্ৰুৱ সাৰথী আৰু ধৰমৰাজ নন্দই প্ৰ পত্ৰ সমূহ জব্দ কৰে ৷ ইয়াৰ পাছতে বীণা মেহেৰা তেলী দুয়োজনৰ বিৰুদ্ধে বৰহাট আৰক্ষী থান