Public App Logo
Profile Picture

Jintu Konch

@jintu920
1565Followers
1461Following
ঢকুৱাখনাৰ প্ৰকাশ কমাৰৰ্চেল দোকানত মহিলা উদ্যমীতা আঁচনি চেক ভঙুৱা বুলি অপপ্ৰচাৰ চলোৱা কাৰ্যক ধিক্কাৰ জনাইছে ।
ঢকুৱাখানা ভাগ: ঢকুৱাখনাৰ ঘিলামৰাত ১০০ শতাংশ ভোট দান নিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে ঘিলামৰাত বাটৰ নাট প্ৰদৰ্শন
সোৱণশিৰি ভাগ: ঘিলামৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ঢকুৱাখনা জিলা কোচ ৰাজবংশী জিলা সমিতিৰ
সোৱণশিৰি ভাগ: ঘিলামৰাৰ চাকুলী হৰিমন্দিৰত ৰুক্মিণী হৰণ ভাওনা প্ৰদৰ্শণ।
সোৱণশিৰি ভাগ: বৰদৈবামত সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলী সভা আয়োজন।
সোৱণশিৰি ভাগ: ঘিলামৰা পঞ্চায়তৰ ঘাঁ‌হিগাঁ‌ৱত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ জয়ন্তমল্ল বৰুৱাৰ।
সোৱণশিৰি ভাগ: ঘিলামৰাৰ বিভিন্ন প্ৰান্তৰ গাঁৱত বিজেপি সাংসদ প্ৰদান বৰুৱাৰ পত্নী অৰুণিমা লাহন বৰুৱাই চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান
সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডল কাৰ্যালয়ত ঘিলামৰা বিজেপি মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সভা অনুষ্ঠিত
ঢকুৱাখানা ভাগ: "গছত গজাল নামাৰিব"----দুস্কৃতিকাৰীলৈ ঘিলামৰাৰ এজন পৰিৱেশকৰ্মীৰ বিনম্ৰ আহ্বান।
সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ এখন বুথ সভাত অংশগ্ৰহণ লক্ষীমপুৰ জিলাৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰীৰ
সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ অন্তগৰ্ত , চেতিয়া গাওঁ আৰু মিলন নগৰৰ বুথত  বুথ কমিটিৰ সভা অনুষ্ঠিত ।
সোৱণশিৰি ভাগ: ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সোণাৰী চাপৰিত অনুষ্ঠিত, উপস্থিত বিজেপিৰ নেতা-কৰ্মী
সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ ঘাঁহি-কলিতা গাঁৱৰ ৪ নং আৰু ১০ নং ৱাৰ্ডৰ  ঘিলামৰা মজলীয়া বালিকা বিদ্যালয় বুথত সভা অনুষ্ঠিত
সোৱণশিৰি ভাগ: তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ দৌলৎসৱৰ সামৰণি
সোৱণশিৰি ভাগ: ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ঢকুৱাখনা জিলা মইনা পাৰিজাতৰ দ্বি-বাৰ্ষিক শিশু সমাৰোহ সম্পন্ন
সোৱণশিৰি ভাগ: দেওবাৰৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌলৎসৱ অনুষ্ঠিত
সোৱণশিৰি ভাগ: লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শঙ্কৰ গগৈ লক্ষীমপুৰ কণা নদীৰ সমীপত দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয়।
সোৱণশিৰি ভাগ: ঘিলামৰা বিজেপি মণ্ডলৰ অন্তর্ভুক্ত সোৱণশিৰি পঞ্চায়তৰ সোৱণশিৰি শক্তিকেন্দ্ৰত কাৰ্যকতা সন্মিলন অনুষ্ঠিত
সোৱণশিৰি ভাগ: ঘিলামৰা সকপৰা বলাহিত নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দি ৰাইজে প্ৰতিবাদ কৰে
সোৱণশিৰি ভাগ: আগন্তুক নিৰ্বাচন পূৰ্বে ঘিলামৰা বৰদৈ বাগান তিনি আলিৰ পৰা গৰৈমাৰি সংযোগী পথ দলং নিৰ্মান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ।
সোৱণশিৰি ভাগ: ঘিলামৰাৰ বৰদৈবামত দেওবাৰে সদৌ হালধিবৰীয়া চেতিয়া বংশাৱলী সভাৰ লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত।
সোৱণশিৰি ভাগ: কোনো কাৰণে আমি 'কা' সমৰ্থন নকৰোঁ বুলি আজি ঘিলামৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ মন্তব্য প্ৰকাশ
সোৱণশিৰি ভাগ: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উজনি অয়েঙীয়া গাঁৱত প:ৰাগ উৎসৱ উদযাপন।
সোৱণশিৰি ভাগ: ঢকুৱাখনাৰ 1নং বান্তৌৰ কঢ়াবান্ধ গাওঁৰ প্ৰভাত চমুৱা (50) নামৰ লোকজন সোমবাৰৰ পৰা নিৰুদ্দেশ।
সোৱণশিৰি ভাগ: ঢকুৱাখনা ঘিলামৰাৰ বহু কেইটা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে সাংসদ প্ৰদান বৰুৱাই।