Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

সোৱণশিৰি ভাগ: ঘিলামৰাৰ বিভিন্ন প্ৰান্তৰ গাঁৱত বিজেপি সাংসদ প্ৰদান বৰুৱাৰ পত্নী অৰুণিমা লাহন বৰুৱাই চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান

ঘিলামৰাৰ বিভিন্ন প্ৰান্তৰ গাঁৱত বিজেপি সাংসদ প্ৰদান বৰুৱাৰ পত্নী অৰুণিমা লাহন বৰুৱাই চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ইখনৰ পিছত সিখন সভা পাতি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা সাংসদগৰাকীৰ পত্নীৰ। ঘিলামৰা অঞ্চলৰ, বৰদৈবাম, পাৰঘাট আদি অঞ্চলত প্ৰদান বৰুৱাৰ হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে প্ৰচাৰ চলায়।
সোৱণশিৰি ভাগ: ঘিলামৰাৰ বিভিন্ন প্ৰান্তৰ গাঁৱত বিজেপি সাংসদ প্ৰদান বৰুৱাৰ পত্নী অৰুণিমা লাহন বৰুৱাই চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান - Subansiri Part News