লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শঙ্কৰ গগৈ লক্ষীমপুৰ কণা নদীৰ সমীপত দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয়। শুক্ৰবাৰে নিশা প্ৰায় 2মান বজাত লখিমপুৰৰ পৰা নিজা গাড়ীৰে নিজ বাসগৃহ ঢকুৱাখনালৈ আহি থাকোঁতে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই এটা দ-খাৱৈত বাগৰি পৰি থিতাতে নিহত হয় লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শঙ্কৰ গগৈ। শুক্ৰবাৰে দিনৰ প্ৰায় দুই মান বজাত ঢকুৱাখনা মহকুমাৰ ছাত্ৰ সন্থা লগতে বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনাই। আৰু ঢকুৱাখনা মহকুম