Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

সোৱণশিৰি ভাগ: ঢকুৱাখনা ঘিলামৰাৰ বহু কেইটা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে সাংসদ প্ৰদান বৰুৱাই।

সোমদিয়াৰ পৰা কৰৈগুৰি সংযোগী পথ,বৰবাৰী PWD ৰ পৰা ৰাউনাবাৰী সংযোগী পথ,খজুৱা খেৰকটা পথৰ পৰা খলিহামাৰী সংযোগী পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে সাংসদ প্ৰদান বৰুৱাই। আজি লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সৈতে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি(২০২৩-২৪)ৰ অধীনত অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ঘিলামৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ ২ নং সোমদিয়াৰ পৰা কৰৈগুৰি সংযোগী পথ,বৰবাৰী PWD ৰ পৰা ৰাউনাবাৰী সংযোগী পথ,খজুৱা লগতে বহু কেইটা পথৰ কামৰ শুভাৰম্ভণি কৰে প্ৰদান বৰুৱাই।
সোৱণশিৰি ভাগ: ঢকুৱাখনা ঘিলামৰাৰ বহু কেইটা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে সাংসদ প্ৰদান বৰুৱাই। - Subansiri Part News