সোৱণশিৰি ভাগ: ঘিলামৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ঢকুৱাখনা জিলা কোচ ৰাজবংশী জিলা সমিতিৰ
বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ঢকুৱাখনা জিলা কোচ ৰাজবংশী জিলা সমিতিৰ। লখিমপুৰ সমষ্টিত ১লাখ কোচ ভোটাৰে ৰাজনৈতিকভাৱে শিক্ষা দিব প্ৰদান বৰুৱাক। ১০ বছৰত ১০টা চকুত লগা কাম দেখাবলৈ প্ৰদান বৰুৱাক প্ৰত্যাহ্বান সংগঠনটোৰ। কোচ ৰাজবংশীৰ লগতে অন্যান্য জনগোষ্ঠীসমূহৰ প্ৰাপ্য অধিকাৰ বঞ্চিত কৰাকলৈ ক্ষোভ প্ৰকাশ কৰে কোচ ৰাজবংশী জিলা সমিতিয়ে।